पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील টনা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

টনা   বিশেষ্য

अर्थ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য

उदाहरणे : টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে

अर्थ : টনাৰ অৱস্থা বা ভাব

उदाहरणे : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

समानार्थी : টানি ধৰা

अर्थ : টনা কার্য ্বা ভাব

उदाहरणे : অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল

अर्थ : টনাৰ কাৰ্য বা ভাব

उदाहरणे : অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল

समानार्थी : আজোৰা

টনা   ক্ৰিয়া

अर्थ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

उदाहरणे : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

समानार्थी : টানি অনা, তুলি অনা, তোলা

अर्थ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য

उदाहरणे : ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে

समानार्थी : টানি উলিওৱা

अर्थ : ঘঁহনি খাই যোৱাকৈ টনা কার্য

उदाहरणे : তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে

अर्थ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা

उदाहरणे : মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে

अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

उदाहरणे : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

समानार्थी : চৰোৱা

अर्थ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য

उदाहरणे : এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো

अर्थ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

उदाहरणे : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

समानार्थी : অঁ্কা

अर्थ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা

उदाहरणे : চিকাৰীয়ে ধনুৰ গুণ টানিছে

समानार्थी : কচা, টানি বন্ধা

अर्थ : যন্ত্রৰ অংগ টান কৰি বহুওৱা

उदाहरणे : তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল

समानार्थी : টাইট কৰা, টান কৰা

अर्थ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা

उदाहरणे : চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে

समानार्थी : খন্দা

चौपाल