सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সূতা, শন আদিৰে বাটি তৈয়াৰ কৰা এবিধ দীঘলীয়া বস্তু যাক বিশেষকৈ বন্ধা আদি কামত ব্যৱহাৰ কৰা হয়
उदाहरणे : গাঁৱৰ মানুহে চোৰটোক ৰচীৰে বান্ধি পেলালে
समानार्थी : ৰচী, ৰজ্জু
अर्थ : বৃক্ষৰ ডালৰ পৰা ওলোৱা শিপা
उदाहरणे : লʼৰা-ছোৱালীবোৰে বৰগছৰ জৰীত ধৰি দুলি আছে
समानार्थी : জৰি
स्थापित करा