सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
उदाहरणे : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
समानार्थी : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
अर्थ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
उदाहरणे : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
समानार्थी : তৰুণ, যুৱ, যুৱক
अर्थ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
उदाहरणे : তেওঁ এজন ্ সাহসী সৈনিক
समानार्थी : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
स्थापित करा