सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জোৰা দিয়াৰ কাম
उदाहरणे : সোণাৰীয়ে গহনাবোৰত হীৰা খটাইছে
समानार्थी : খটোৱা
अर्थ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
उदाहरणे : মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
समानार्थी : জোৰা লগোৱা
स्थापित करा