पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জোৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জোৰ   বিশেষ্য

अर्थ : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব

उदाहरणे : মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে

अर्थ : শৰীৰৰ বল

उदाहरणे : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

समानार्थी : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरणे : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

समानार्थी : তেজ, পৰাক্রম, বল, শকতি, শক্তি

জোৰ   বিশেষণ

अर्थ : জোৰকৈ

उदाहरणे : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম

समानार्थी : উৎকট, তীব্র, প্রচণ্ড, প্রৱল

चौपाल