पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জোনাকী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জোনাকী   বিশেষ্য

अर्थ : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে

उदाहरणे : লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে

समानार्थी : খদ্যোত, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন

জোনাকী   বিশেষণ

अर्थ : চন্দ্র বা জোনৰ ৰশ্মিৰে সৈতে যুক্ত

उदाहरणे : চন্দ্রাৱলীৰ ৰাতি ভ্রমণৰ মজাই বেলেগ

समानार्थी : চন্দ্রাৱলী

चौपाल