अर्थ : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
उदाहरणे :
উৰণাখন কাঁইটত জোঁট লাগি গʼল
अर्थ : যিটোত মেৰ-পেচত লাগিছে
उदाहरणे :
তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
समानार्थी : আউল লগা, খেলি-মেলি লগা, জেং লগা