सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
उदाहरणे : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
समानार्थी : জাক
अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
समानार्थी : গণ, গোট, জাক, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
अर्थ : একে সময়ত একে ঠাইতে বহুতো মানুহ গোট খোৱা
उदाहरणे : নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে মানুহৰ সমাগম দেখিবলৈ পোৱা য়ায়
समानार्थी : ভিৰ, সমাগম
स्थापित करा