सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
उदाहरणे : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
समानार्थी : দিয়াচলাই, মেচ, মেচ বক্স
अर्थ : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়
उदाहरणे : মমতাই জুইশলাৰে ধূপ জ্বলাইছে
समानार्थी : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী
स्थापित करा