अर्थ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
उदाहरणे :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
समानार्थी : বীজাণু
अर्थ : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
उदाहरणे :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
समानार्थी : বেক্টেৰিয়া
अर्थ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
उदाहरणे :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
समानार्थी : বীজাণু