अर्थ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে
उदाहरणे :
বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে
अर्थ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
उदाहरणे :
বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
समानार्थी : আয়ুস
अर्थ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ
उदाहरणे :
নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে
अर्थ : জীৱিত প্রাণী
उदाहरणे :
ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল