अर्थ : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
उदाहरणे :
মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
अर्थ : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
उदाहरणे :
খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
समानार्थी : জালুক গছ