पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জাল   বিশেষ্য

अर्थ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

उदाहरणे : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

समानार्थी : নেট

अर्थ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

उदाहरणे : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

समानार्थी : ফান্দ

अर्थ : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

उदाहरणे : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

अर्थ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

उदाहरणे : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

समानार्थी : নেট

अर्थ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

उदाहरणे : তেওঁ বলটো গোলৰ জালত মাৰিলে

समानार्थी : গোল-নেট, নেট

अर्थ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

उदाहरणे : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

समानार्थी : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

अर्थ : যʼত দোষ আছে

उदाहरणे : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

समानार्थी : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

अर्थ : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

उदाहरणे : এইখিনি ভেজাল ঘিউ

समानार्थी : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা

चौपाल