पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জাপি দিয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জাপি দিয়া   ক্ৰিয়া

अर्थ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

उदाहरणे : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

समानार्थी : উৰি দিয়া, দিয়া

अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা

उदाहरणे : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে

अर्थ : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা

उदाहरणे : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল

समानार्थी : থেলি থোৱা

चौपाल