सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
उदाहरणे : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
समानार्थी : নলা, লোৰ
अर्थ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
उदाहरणे : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
समानार्थी : আত্মা, চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
अर्थ : জীয়াই থকা অৱস্থা
उदाहरणे : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
समानार्थी : চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
स्थापित करा