अर्थ : জাগ্রত অৱস্থাত টোপনি নোযোৱাকৈ থকা
उदाहरणे :
তেওঁ ্ভালেমান দিনৰ পৰা জাগি আছে
समानार्थी : সাৰে থকা
अर्थ : শাৰীৰিক বা মানসিক ভাৱে সতর্ক হৈ থকা
उदाहरणे :
সীমান্তত সকলো সময়তে সৈনিকসকল জাগি থাকে
समानार्थी : সজাগ হোৱা, সাৱধান হোৱা