सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জাগি থকা এক অৱস্থা
उदाहरणे : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
समानार्थी : জাগৰণ
अर्थ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
उदाहरणे : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
समानार्थी : অৱস্থান, জেগা, ঠাই
अर्थ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
उदाहरणे : কালিৰ পৰা গাইজনী জাগিছে
समानार्थी : উঠা
स्थापित करा