पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জাক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জাক   বিশেষ্য

अर्थ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে

उदाहरणे : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল

समानार्थी : জুম

अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

उदाहरणे : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

समानार्थी : পাল, সমুদায়, সমূহ

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

समानार्थी : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

उदाहरणे : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

समानार्थी : দল

चौपाल