सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
उदाहरणे : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
समानार्थी : টুকুৰী, পাচি, হোৰা
अर्थ : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
उदाहरणे : এই বাকচটো কাপোৰেৰে ভৰি আছে
समानार्थी : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
अर्थ : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
उदाहरणे : তেওঁ ্ভালদৰে কাপোৰ জাপে
समानार्थी : সামৰা
अर्थ : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
उदाहरणे : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
समानार्थी : ভাঁজ কৰা
स्थापित करा