पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জনপ্রবাদ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জনপ্রবাদ   বিশেষ্য

अर्थ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

उदाहरणे : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

समानार्थी : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ

अर्थ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

उदाहरणे : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

समानार्थी : কিম্বদন্তী, লোককথা, লোকপ্রবাদ

अर्थ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

उदाहरणे : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

समानार्थी : জনশ্রুতি, লোক-কথা, লোকোক্তি

चौपाल