सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দোষ উলিওৱা ব্যক্তি
उदाहरणे : দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
समानार्थी : ছিদ্রান্বেষক, দোষ-খোচৰা
अर्थ : আনৰ দোষ বিচাৰিফুৰোঁতা
उदाहरणे : দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
समानार्थी : দোষ-খোচৰা, দোষদর্শী
स्थापित करा