सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ফল, বীজ আদিৰ আৱৰণ
उदाहरणे : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
समानार्थी : ত্বক, বল্কল, বাকল, বাকলি
अर्थ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
उदाहरणे : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
समानार्थी : চর্ম, ত্বক ্ চাম
अर्थ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
उदाहरणे : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
समानार्थी : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
अर्थ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
उदाहरणे : তেওঁ ্ চামৰাৰ কাম কৰে
समानार्थी : চর্ম, চামৰা, ্ লেডাৰ
स्थापित करा