सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সৰু আকাৰৰ ছাতি
उदाहरणे : বৰষুণ, ৰʼদ আদিত চহৰৰ মহিলাই ছাতিৰ ব্যৱহাৰ কৰে
समानार्थी : সৰু ছাতি
अर्थ : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
उदाहरणे : বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
समानार्थी : ছত্র
स्थापित करा