अर्थ : গাখীৰ আৰু মাংসৰ কাৰণে পালন কৰা এবিধ তৃণভোজী ৰোমন্থক প্রাণী
उदाहरणे :
তেওঁ ্ ছাগলীবোৰ চৰাবলৈ লৈ গৈছে
अर्थ : এবিধ গাখীৰ দিয়া মাইকীৰ চাৰিঠেঙীয়া প্রাণী
उदाहरणे :
সৰু লʼৰা-ছোৱালীৰ কাৰণে ছাগলীৰ গাখীৰ বৰ উপকাৰী
समानार्थी : মাইকী ছাগলী