अर्थ : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি
उदाहरणे :
প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল
अर्थ : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি
उदाहरणे :
এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে
अर्थ : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
उदाहरणे :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
समानार्थी : ছাতি