अर्थ : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
उदाहरणे :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
समानार्थी : চৰচৰণি
अर्थ : চৰ-চৰাই হোৱা শ্্ব্দ
उदाहरणे :
খাটিয়াৰ চৰ-চৰ শ্্ব্দ শুনি কেঁচুৱাটোৱে চক খালে
समानार्थी : চৰ-চৰ