पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চৰোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চৰোৱা   ক্ৰিয়া

अर्थ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা

उदाहरणे : তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে

अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

उदाहरणे : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

समानार्थी : চৰা

अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

उदाहरणे : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

समानार्थी : টনা

अर्थ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা

उदाहरणे : ঢোলবাদকে ঢোল চৰাইছে

अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

उदाहरणे : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

समानार्थी : অভিলেপ কৰা, লগোৱা

चौपाल