पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চৰিত্রহীন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চৰিত্রহীন   বিশেষণ

अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

उदाहरणे :

समानार्थी : কামুক, খেচেৰা, খেচৰ, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা

अर्थ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে

उदाहरणे : তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক

समानार्थी : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র

अर्थ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

उदाहरणे : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

समानार्थी : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী

चौपाल