सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
उदाहरणे : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
समानार्थी : চৰোৱা
अर्थ : স্বৰ তীব্র হোৱা
उदाहरणे : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে
समानार्थी : ওপৰত উঠা
अर्थ : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
उदाहरणे : গাইজনী পথাৰত চৰি আছে
अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
उदाहरणे : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
समानार्थी : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ
स्थापित करा