अर्थ : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
उदाहरणे :
শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
समानार्थी : চৰচৰ কৰি ভঙা
अर्थ : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
उदाहरणे :
মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
समानार्थी : চৰ-চৰোৱা
अर्थ : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
उदाहरणे :
গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে