अर्थ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা
उदाहरणे :
শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল
समानार्थी : চাই থকা
अर्थ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা
उदाहरणे :
চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে
समानार्थी : ধ্যান দিয়া
अर्थ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা
उदाहरणे :
মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ
अर्थ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা
उदाहरणे :
চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই
अर्थ : দৃষ্টি নিক্ষেপ কৰা
उदाहरणे :
দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে
समानार्थी : দেখা