सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বহুত কথা কʼব পৰাজন
उदाहरणे : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
समानार्थी : অতিভাষী, কথকী, কথামাত্রসাৰ, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
अर्थ : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
उदाहरणे : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
समानार्थी : অতিবক্তা, অতিভাষী, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, বহুবল্কী
स्थापित करा