पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চেপা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চেপা   ক্ৰিয়া

अर्थ : গধুৰ বস্তুৰ তলত অহা

उदाहरणे : শিলে লʼৰাটোৰ হাতখন চেপিলে

अर्थ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

उदाहरणे : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

अर्थ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

उदाहरणे : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

समानार्थी : চেপি ধৰা

अर्थ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

उदाहरणे : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

अर्थ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

उदाहरणे : তেওঁ ্ চাদৰখন চেপিছে

समानार्थी : আটি দিয়া

চেপা   বিশেষণ

अर्थ : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

उदाहरणे : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

अर्थ : দীঘ আৰু প্রস্থত কম

उदाहरणे : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

समानार्थी : ঠেক, সৰু

चौपाल