सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
उदाहरणे : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
समानार्थी : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
अर्थ : জীয়াই থকা অৱস্থা
उदाहरणे : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
समानार्थी : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
अर्थ : জ্ঞান আৰু বুদ্ধি
उदाहरणे : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
समानार्थी : বিচাৰ-বুদ্ধি, সংজ্ঞা
अर्थ : বোধ ওপজা বৃত্তি বা শক্তি
उदाहरणे : চেতনাই জীয়াই থকাৰ লক্ষণ
समानार्थी : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
स्थापित करा