पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চূণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চূণ   বিশেষ্য

अर्थ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়

उदाहरणे : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়

समानार्थी : চূণ-শিল, বগা

अर्थ : এবিধ শিলৰ গুড়ি, যাক বেৰত ৰং হিচাপে লগোৱা হয়

उदाहरणे : দেৱালীৰ উপলক্ষে শ্যামে ঘৰত চূণ লগাইছে

समानार्थी : চূণশিল

चौपाल