अर्थ : স্বাস্থ্য তথা ৰোগ নিৰাময়ৰ সৈতে সম্বন্ধিত বিজ্ঞান
उदाहरणे :
তেওঁ চিকিৎসা বিজ্ঞান পঢ়ি আছে
समानार्थी : চিকিৎসাবিজ্ঞান, মেডিকেল চায়েন্স
अर्थ : চিকিৎসাৰ লগত সম্পর্ক ্থকা জ্ঞান-বিজ্ঞান
उदाहरणे :
ৰমেশে চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে
समानार्थी : চিকিৎসা শাস্ত্র