अर्थ : পোহৰ বিকিৰণ হোৱা
उदाहरणे :
হীৰা খটুৱা অলংকাৰ চিকমিকাই আছে
समानार्थी : চকমকাই থকা, জলমলাই থকা, পোহৰ কৰা
अर्थ : কান্তি বা আভাৰে যুক্ত হৈ থকা
उदाहरणे :
তেওঁৰ চেহেৰা তেজেৰে চিকমিকাই আছে
समानार्थी : জকমকাই থকা