सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
उदाहरणे : এইখন বিয়াৰ ৰভা
समानार्थी : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
अर्थ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
उदाहरणे : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
समानार्थी : চাল
अर्थ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
उदाहरणे : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
समानार्थी : সৰ
स्थापित करा