अर्थ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
उदाहरणे :
আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
समानार्थी : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চাল-চলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
अर्थ : নাৰীৰ আব-হাৱা
उदाहरणे :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
समानार्थी : গুণৰ অধিকাৰিণী, চাল-চলন, চৰিত্র