पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চাল   বিশেষ্য

अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

उदाहरणे : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

समानार्थी : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, ফন্দ, ফন্দি, মতলব

अर्थ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি

उदाहरणे : তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে

समानार्थी : কৌশল

अर्थ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

उदाहरणे : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

समानार्थी : চালি

अर्थ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য

उदाहरणे : চাল খেলাৰ এইবাৰ আপোনাৰ পাল

समानार्थी : বাজি

चौपाल