सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হাতৰ তলুৱাৰে কৰা আঘাত
उदाहरणे : সি মোক এক চৰ মাৰিলে
समानार्थी : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ
अर्थ : যিটো বেছি ওপৰলৈকে নাই
उदाहरणे : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে
अर्थ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
उदाहरणे : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
समानार्थी : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু
स्थापित करा