पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চাপ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চাপ   বিশেষ্য

अर्थ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

उदाहरणे : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

समानार्थी : চিন, চিহ্ন, নিচান

अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

उदाहरणे : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

समानार्थी : শক্তি

अर्थ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল

उदाहरणे : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়

चौपाल