सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
उदाहरणे : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
समानार्थी : নামাংকন, নামাঙ্কন, স্বাক্ষৰ
अर्थ : কোনো লেখা আদিক প্রমাণিত কৰিবৰ কাৰণে বা তাৰ উত্তৰ দায়িত্বৰ স্বীকৃতি স্বৰূপে নিজ হাতেৰে লিখা নিজৰ নাম
उदाहरणे : মোৰ প্রধান শিক্ষকৰ পৰা চৰিত্রৰ প্রমাণ পত্রত চহী কৰাবলৈ আছে
समानार्थी : হস্তাক্ষৰ
स्थापित करा