सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি চলি আছে বা যাক চলাই থকা হৈছে
उदाहरणे : এতিয়া আমি এই চালিত যন্ত্রটো বন্ধ কৰা উচিত
समानार्थी : চলন্ত, চালিত, পৰিচালিত
अर्थ : যাৰ গতি আছে বা যি চলিব পাৰে
उदाहरणे : যন্ত্র গতিশীল অৱস্থাত আছে
समानार्थी : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
अर्थ : যাৰ পৰা কোনো প্রকাৰে কাম চলাব পৰা যায়
उदाहरणे : এই যন্ত্রটো মই চলমান কৰি তুলিলোঁ
समानार्थी : কাম-চালু
अर्थ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
उदाहरणे : গহনা, কাপোৰ আদি জংগম সম্পত্তি
समानार्थी : জংগম, জঙ্গম
स्थापित करा