पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চম্ভালা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চম্ভালা   ক্ৰিয়া

अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

उदाहरणे : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

समानार्थी : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

अर्थ : কোনো কাম আদিৰ দায়িত্ব লোৱা

उदाहरणे : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

अर्थ : ৰোধ কৰি বশত অনা

उदाहरणे : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

अर्थ : কোনো মনোবেগক বাধা দিয়া

उदाहरणे : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

अर्थ : কোনো বস্তু ভালে আছে নে নাই চোৱা

उदाहरणे : নিজৰ কাপোৰ চম্ভালা

चौपाल