सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি লোক খুউব ধূর্ত
उदाहरणे : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
समानार्थी : চালাক-চতুৰ, টেঙৰ, ধূর্ত, ধূর্ত্ত, ্চালাক
अर्थ : চতুৰতাৰে কাম কৰোঁতাজন
उदाहरणे : চতুৰ পুলিচ বিষয়াজনে অপৰাধীৰ এটা দলক ধৰিলে
समानार्थी : টেঙৰ, তিমক, শিয়ান
अर्थ : ঠগ-প্রৱঞ্চনা কৰোঁতা
उदाहरणे : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
समानार्थी : কু-চক্রী, কূটিল, চক্রী, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
स्थापित करा