सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
उदाहरणे : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
समानार्थी : অধৈর্য, অস্থিৰ
अर्थ : যি শান্ত নহয়
उदाहरणे : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
समानार्थी : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
स्थापित करा