पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চকী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চকী   বিশেষ্য

अर्थ : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে

उदाहरणे : আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল

समानार्थी : পহৰা চকী

अर्थ : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়

उदाहरणे : যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল

समानार्थी : ডাক-চকী

अर्थ : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে

उदाहरणे : আমি চকীত দুশটকা দিবলগীয়া হʼল

समानार्थी : উপশুল্ক সংগ্রহ চকী

अर्थ : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন

उदाहरणे : দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে

समानार्थी : মাচিয়া

चौपाल