पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘোলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘোলা   ক্ৰিয়া

अर्थ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য

उदाहरणे : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ

समानार्थी : মিশ্রিত কৰা, মিহলি কৰা, মিহলোৱা, সংমিশ্রিত কৰা

ঘোলা   বিশেষণ

अर्थ : মাটি মিহলি হৈ থকা পানী বিশেষ

उदाहरणे : বাৰিষা কালত পুখুৰীৰ পানী ঘোলা হৈ থাকে

अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

उदाहरणे : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

समानार्थी : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা

चौपाल