अर्थ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
उदाहरणे :
খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
अर्थ : চাৰিওফালে ৰখা বা আগুৰি লোৱা
उदाहरणे :
শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
समानार्थी : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা